Report on International Yoga Day Celebration at Purbanchalik College, Golaghat
June 21, 2025Internship Orientation Program Report
June 24, 2025গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সজাগতা সভা।
তাৰিখ–১৭/৬/২০২৫
গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত
Jorhat Regional Office ৰ সহযোগত মহাবিদ্যালয়ৰ বাকৰিত Assistant regional director ড০ সঞ্জীৱ গিমৰে , ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অংকুৰজ্যোতি বৰ্মন, বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক বৃহৎবৰ পেগু — এই কেইজন ব্যক্তিৰ উপস্থিতিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লক্ষ্য, উদ্দেশ্য আৰু বিভিন্ন বিষয়ৰ অধ্যয়নৰ সুবিধা আদিৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হৰেন হাজৰিকাই । মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ গগৈৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক, কৰ্মচাৰী, ছাত্ৰ -ছাত্ৰী সকল উপস্থিত থাকে । অনুষ্ঠানটোৰ আঁত ধৰে কেন্দ্ৰ সমন্বয়ক ৰিংকুমণি গগৈয়ে



